Snack's 1967
kkallol.xtgem.com
হিজল
০ কন্দর্পজিৎ কল্লোল

বখলিয়াই বখলিয়াই সৰাই নিয়া মৎস্য কন্যাৰ গোন্ধ
হিজল ডালত ওলমি আছে নিদ্ৰাদেৱী হৈ
বখলিয়াই নিয়া আঙুলিত মাছৰগোন্ধৰ আব্দাৰ
আৰু আঙুলিৰ নখত এডাল ছিগা চুলিৰ
অবৈতৰিক বান

কেঞা আঙুলিটোৰ ফালে চাই থকা হিজল তলিত
ৰঙা ফোট হেন বেলি হৈ ভটিয়াই-ভটিয়াই যোৱা নাওৰ
অতীত গুণ-গুণনি
.......... সুন্দৰী কন্যা তাৰ
দুধে আলতাৰ জল ........
~~~~~~~~~~~~~~~~


মুখ্য পৃষ্ঠা