kkallol.xtgem.com

মুখ্য পৃষ্ঠা

 2
೭೭೭೭೭೭೭೭೭೭೭೭೭೭೭
দিফৰবেলা ঘৰৰ মুধাত শাৰো
ഋ কন্দর্পজিৎ কল্লোল

শাৰোৰ মাথাত কাঁটা
কাঁটা ফেলেআ দিলুং
অ'য় চান চান চন্দ্ৰবতী
ৰাত্তি চানেৰ থাকিআ সৰিআ পৰা
আকটা সুন্দৰী পৰী

আৰ কায় পায় অ'ক
পৰী উৰিআ গেইল চানেৰ দেশত
আকজন ৰাজকুমাৰ বিছৰিআ

চানে অভিশাপ দিলে
ঐদিনেৰ থাকিআ অ'য়
আৰো শাৰো হোয়া ৰৈল

এখন দিফৰ দিফৰ মোৰ ঘৰেৰ মুধাত পৰিআ কান্দিআ থাকে

দিমনা ফেলেআ অ'ৰ
মাথাৰ কাঁটা

೨೨೨೨೨೨೨೨೨೨೨೨೨೨೨೨


Teya Salat